মাজুলীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন

মাজুলীত বিভিন্ন প্ৰান্তত চলি থকা গৰা খহনীয়া অঞ্চল পৰিদৰ্শন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জল সম্পদ মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী বিমল বৰা আৰু সাংসদ প্ৰদান বৰুৱাৰ।

পিযুষ হাজৰিকাৰ মন্তব্য কোনো কাৰণতে খহনীয়া প্ৰতিৰোধৰ বাবে মুকলি কৰা ধন আত্মসাত কৰিবলৈ দিয়া নহব। দলটোৱে মাজুলীৰ মিচামৰা, ভকত চাপৰি আদি অঞ্চল পৰিদৰ্শন কৰে।


প্ৰতিনিধি দলটোৱে খহনীয়া গ্ৰস্থ ৰাইজৰ লগতো বাৰ্তা লাপ কৰে।


নামনি মাজুলীৰ মিচামৰাৰ খহনীয়াৰ প্ৰতিৰোধৰ বাবে প্ৰায় ৯ কোটি টকা পুনৰ মুকলি কৰা হব বুলি মন্তব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাই

লগতে পঢ়ক ড্ৰাগছসহ কচুৱাত নিশা দুজনক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply