গুৱাহাটীঃ মহানগৰীৰ মালিগাঁৱৰ আদিমগিৰি দেৱ কটা নগৰত মৃতদেহ উদ্ধাৰ।

এটা নলাত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

দুৰ্বৃত্তই হত্যা কৰি মৃতদেহটো নলাত পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ।

ইতিমধ্যে মালিগাঁও গোশালা আৰক্ষীচকীত মৃতদেহটো ৰখা হৈছে।

মৃতদেহটো এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই ।

কেনেকৈ এই হত্যাকাণ্ড হৈছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়কঃএবছৰীয়া শিশুৰ খাদ্যনলীৰ পৰা জটিল অস্ত্ৰোপচাৰেৰে বাহিৰ কৰিলে এটকীয়া মুদ্ৰা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply