- মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা।
- উজ্বলা কোম্পানীৰ ভুৱা পৰিচয় দি সোণ চাফা কৰিবলৈ অহাৰ চলেৰে লুটি নিলে ১২তোলা সোণ।
- মালিগাঁৱৰ চেন্ট্ৰেল গোটানগৰ ৰেল কোৱাৰ্টাৰত সংঘটিত হৈছে এই ঘটনা।
- জে কমলা নামৰ মহিলাগৰাকীৰ বাসগৃহত সংঘটিত হ’ল এই ঘটনা।
- মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
সোণ চাফা কৰিবলৈ অহাৰ চলেৰে লুটি নিলে ১২তোলা সোণ
মালিগাঁৱৰ চেন্ট্ৰেল গোটানগৰ ৰেল কোৱাৰ্টাৰত সংঘটিত হৈছে এই ঘটনা
