• মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা।
  • উজ্বলা কোম্পানীৰ ভুৱা পৰিচয় দি সোণ চাফা কৰিবলৈ অহাৰ চলেৰে লুটি নিলে ১২তোলা সোণ।
  • মালিগাঁৱৰ চেন্ট্ৰেল গোটানগৰ ৰেল কোৱাৰ্টাৰত সংঘটিত হৈছে এই ঘটনা।
  • জে কমলা নামৰ মহিলাগৰাকীৰ বাসগৃহত সংঘটিত হ’ল এই ঘটনা।
  • মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply