বৈঠালাংছ’: পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ৰ হংক্ৰাম গাওঁত নিশা হাতীৰ বৃহৎ জাকৰ তাণ্ডৱ। নিশা গাওঁত জাক জাক হাতী প্ৰৱেশ কৰি গাওবাসীৰ তামোল গছকে ধৰি বিভিন্ন গছগছনি ভাঙি তহিলং কৰি শেষ কৰে ।

হাতীৰ উপদ্ৰবৰ বাবে উজাগৰী নিশা পাৰ কৰিব লগা হৈছে ৰাইজে৷ নিশা হলেই ভয়লগা হয় পৰিৱেশ ৷ বৰ্তমানলৈকেও গাঁও খনত মুক্ত বিচৰণ কৰিছে হাতীৰ জাকটোৱে ৷হাতীৰ জাকৰ বিচৰণকলৈ আতংকিত গাঁও বাসী ।

বহুসংখ্যক হাতী গাৱত অবস্থান কৰাৰ পিছতো বন বিভাগে হাতীবোৰ মানুহৰ বসতিস্থানৰ পৰা আতৰাই পঠোৱাত ব্যৰ্থ হয়

লগতে পঢ়ক-শিশু দিৱস উপলক্ষ্য খুমটাইত ব্যতিক্ৰমী অনুষ্ঠান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply