নিউজ ডেস্কঃ তিনিদিনৰ বাবে বন্ধ থাকিব মানস ৰাষ্ট্ৰীয় উদ্যান।
গঁড়ৰ সংখ্যা গণনাৰ বাবে ১এপ্ৰিলৰ পৰা ৩এপ্ৰিললৈকে ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
লগতে পঢ়কঃডাম্পিং গ্ৰাউণ্ডত পৰিণত দেওপাহাৰ সংৰক্ষিত বনাঞ্চল
গঁড়ৰ গাণনিক কাৰ্য সুচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত যাতে সুবিধা হয় তাৰ বাবে উদ্য়ান কৰ্তৃপক্ষই পৰ্যটকৰ প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। এই বিষয়ে অৱগত কৰিলে মানস টাইগাৰ ৰিজাৰ্ভৰ ক্ষেত্ৰ সঞ্চালক ড০ বৈভৱ চি মাথুৰে ।
২০১৫-১৬-২২ৰ সঠিক লোকপিয়ল মতে মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড়ৰ সংখ্যা গণনা আৰম্ভ হ’ব।