মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয়ত জিলা আছুৰ উদ্যোগত ড্ৰাগছ, বাল্য বিবাহ আৰু অসামৰিক কাম কাজৰ বিৰুদ্ধে এক সজাগতা সভা।
উল্লেখ্য যে, সদৌ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাটশিঙিমাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগত এই সভা অনুষ্ঠিত হয়।
লগতে পঢ়কঃমানকাচৰত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়
সভাত জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে মহাবিদ্যালয়খনৰ কেইবাগৰাকী অধ্যাপকৰ লগতে আছুৰ কৰ্ম-কৰ্তা সকল উপস্থিত থাকি জিলা খনৰ পৰা ড্ৰাগছ, বাল্য বিবাহ আৰু অসমাজিক কাৰ্য্য-কলাপ বন্ধৰ বাবে সজাগতামূলক বক্তব্য আগবঢ়ায়।