মানকাচাৰঃ মানকাচৰত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে সৰৱ বন বিভাগ। অসম-মেঘালয় সীমান্তৱৰ্ত্তী তেলঢালাত মানকাচাৰ আৰক্ষীৰ অভিযানত জব্দ এটা অবৈধ কাঠফলা মেচিন সহ বহু পৰিমাণৰ কাঠৰ কুণ্ডা।

জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় ৫লাখ টকা হ’ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে কাঠফলা মিলটোৰ গৰাকী ছফিকুল ইছলামকো আটক কৰিছে। পূৰ্বেও বনবিভাগে ছফিকুলৰ আন এটা অবৈধ কাঠফলা মিল জব্দ কৰিছিল।

সগতে পঢ়কঃপ্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা বাহন দুর্ঘটনাগ্ৰস্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply