প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈৰ সমীপৰ চমুৱাপাৰা বেলিৰ চকত শুকুৰবাৰে নিশা সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। নিশাই সংঘটিত হোৱা এই শোকাবহ দুৰ্ঘটনাত মৃত্যু হয় কবিৰালীৰ ডেভিড বড়ো আৰু খাচ ৰনথলিৰ ৰিংকু বড়ো নামৰ দুজন যুৱকৰ।

AS 12 AE 2839 নম্বৰৰ মটৰ চাইকেলেখনৰে গৈ থকা অৱস্থাত এখন গধূৰ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হয়। এই দুৰ্ঘটনাতে যুৱক দুজনে হেৰুৱাই প্ৰাণ। 

ইফালে, দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে গধূৰ বাহনখন। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানী লোকে আঘাত প্ৰাপ্ত লোক দুজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply