মঙলদৈঃ মঙ্গলদৈ দলিবাৰী ১৫নং ৰাষ্ট্রীয় ঘাই পথত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰৰ খাৱৈত সোমাল তীব্ৰ বেগী ট্ৰেভেলাৰ খন।
দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰেভেলাৰখনৰ নম্বৰ এএছ০১কে চি ১৫১১।
দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত ৭ জন।
লগতে পঢ়কঃ৩২ সংখ্যক মৃত্যু বাৰ্ষিকীত সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ
নিহত লোকজনৰ নাম আব্দুল কৰিম।
পুৱতিনিশা জলেশ্বৰৰ পৰা ঢেকীয়াজুলিলৈ গৈ আছিল ট্ৰেভেলাৰখন।