মঙলদৈঃ মঙলদৈত নকল টকা বনোৱা মেচিন সহ তিনিজন পুৰুষ আৰু তিনিগৰাকী মহিলা আটক৷ আটক কৰা লোক কেইজন হ’ল খাৰুপেটীয়াৰ আনোৱাৰ হুছেইন , চাদ্দত হুছেইন আৰু খাটনিয়াপাৰাৰ জামান আহমেদ ৷ আনহাতে মহিলা কেইগৰাকী হৈছে দৰং জিলাৰ খাটনিয়াপাৰাৰ ৰিজুমা বেগম, গুৱাহাটী লখৰাৰ জৱা দাস আৰু প্ৰিয়া ৰয় ৷

মহিলাকেইগৰাকী নকল টকা বনোৱাৰ লগতে দেহ ব্যৱসায়ৰ লগতো জড়িত বুলি জানিব পৰা গৈছে ৷ মঙলদৈ আৰক্ষীয়ে দেওবাৰে নিশা মঙলদৈ ২নং ৱাৰ্ডৰ পৰা কৰায়ত্ত কৰে মেচিন সহ নকল টকাৰ লগতে অবৈধ নাৰী দেহৰ ব্যৱসায় উচ্ছেদ কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply