মঙলদৈঃ মঙলদৈত পুনৰ ঘোঙৰ আতংক। শুকুৰবাৰে নিশা ঘোঙৰ আক্ৰমণত আহত হয় দুজন লোক। 

কেইবা মাহ ধৰি ঘোঙটোৱে মঙলদৈত আতংকৰ সৃষ্টি কৰি আহিছে যদিও বৰ্তমানলৈ পিঞ্জৰাৱদ্ধ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগৰ লোক। 

শুকুৰবাৰে নিশা কাউৰপৰিৰ মফিজুল হক নামৰ এজন লোকক প্ৰথমে ঘোঙটোৱে আক্ৰমণ কৰে। ইতিমধ্যে আহত লোকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। 

চলিত বৰ্ষৰ মাৰ্চত ঘোঙটোৱে এজন বন কৰ্মীসহ তিনিজন লোকক আক্ৰমণ কৰিছিল। ইয়াৰ তেতিয়াৰ পৰাই ঘোংটোক সময়ে সময়ে মঙলদৈৰ বিভিন্ন স্থানত বহু কেইজন লোকক আক্ৰমণ কৰি আহিছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply