মঙলদৈঃ মঙলদৈ পুনিয়াৰ পটালচিং পাৰাত পানীত পৰি থকা এক মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো মঙলদৈ পিপিৰাদোকানৰ নিৱাসী মহেন্দ্ৰ বৰুৱাৰ (৮৩) বুলি চিনাক্ত কৰা হয়। মহেন্দ্ৰ বৰুৱা মঙলদৈ এপেক্স বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সমাজ কৰ্মী জিন্টু বৰুৱাৰ পিতৃ।

লগতে পঢ়কঃবানত উটি যোৱা দুয়োজন আৰক্ষীৰ লোকৰ মৃতদেহ উদ্ধাৰ
মহেন্দ্ৰ বৰুৱা বিগত দুদিনধৰি বানপানীত নিখোজ হৈ আছিল। মৃত বৰুৱাই মৃত্যুৰ সময়ত চাৰিজন ল’ৰা- বোৱাৰী, নাতী সহ বহু আত্মীয়ক এৰি যায়। বৰুৱাৰ মৃত্যুৰ বিভিন্ন জনে শোক প্ৰকাশ কৰাৰ লগতে অঞ্চলটিত শোকৰ ছাঁ পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply