মঙলদৈঃ মঙলদৈ পুনিয়াত মৃতদেহ উদ্ধাৰ।
শুকুৰবাৰে পুৱা নোৱা নদীৰ পানীৰ জুৱলীত উদ্ধাৰ হয় মৃতদেহটো।
মৃতদেহটোৰ ডিঙিত এখন গামোচা বন্ধা আছিল।
লগতে পঢ়কঃগোলাঘাটৰ গৰিয়াজানত যুৱকৰ ৰহস্যজনক আত্মহনন, গ্ৰেপ্তাৰ এজন
মৃত ব্যক্তিজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই।
বৰ্তমান মৃতদেহটো মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰাখি থৈছে মঙলদৈ আৰক্ষীয়ে।