মঙলদৈঃ মঙলদৈ অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড ৷
চৰ্টচাৰ্কিটৰ ফলতে জ্বলি উঠিল চিকিৎসালয় খনৰ মেইন চুইচ ।
তৎক্ষণাত হুৱাদুৱা লাগে চিকিৎসালয় খনৰ ৰুগী আৰু চিকিৎসাকৰ্মী সকলৰ মাজত।
পুৱা চাৰে ন বজাত এই ঘটনা সংঘটিত হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় ৷