মঙলদৈঃ মঙলদৈ অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড ৷

চৰ্টচাৰ্কিটৰ ফলতে জ্বলি উঠিল চিকিৎসালয় খনৰ মেইন চুইচ ।

তৎক্ষণাত হুৱাদুৱা লাগে চিকিৎসালয় খনৰ ৰুগী আৰু চিকিৎসাকৰ্মী সকলৰ মাজত।

পুৱা চাৰে ন বজাত এই ঘটনা সংঘটিত হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply