মাৰ্ঘেৰিটাঃ তিনিচুকীয়াৰ জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত বনৰীয়া হাতীৰ তাণ্ডৱ।

জাগুনৰ সোণালী জনজাতি দেউৰী গাঁৱত যোৱা নিশা বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰিলে চাৰিটাকৈ বাসগৃহৰ লগতে এখন ব্যৱসায়ীক প্ৰতিষ্ঠান।

লগতে পঢ়কঃ৩৫বছৰ ধৰি অৰণ্যত বসবাস কৰি আহিছে জামুগুৰিহাটৰ এগৰাকী ব্যক্তিয়ে

হাতীৰ আক্ৰমণত কোনোপধ্যে প্ৰাণ ৰক্ষা কেবাটাও পৰিয়ালৰ। বাসগৃহৰ লগতে বনৰীয়া হাতীয়ে ভাঙি চুৰমাৰ কৰে ঘৰৰ আঁচবাব।

বন বিভাগৰ পৰা সহযোগ নোপোৱাৰ অভিযোগ গাওঁবাসীৰ। এই ক্ষেত্ৰত বনবিভাগৰ লোকক জগৰীয়া কৰে গাওঁবাসীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply