মাৰ্ঘেৰিটাঃ উজনি অসমৰ ক্ষুদ্ৰ জনগোষ্ঠী সকলৰ অন্যতম চেমা নগা সকলৰ লংটং চেমা নগা গাঁৱৰ ১১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
মাৰ্ঘেৰিটা লংটং চেমা গাওঁৰ খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰ শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগু।
লগতে পঢ়কঃঅসম গৌৰৱ বটাঁ প্ৰাপক হেমপ্ৰভা চুতীয়াক উষ্ম আদৰণি
নাগালেণ্ডৰ পৰা সংগ্ৰহ কৰি অনা শিলেৰে নিৰ্মিত এক স্মাৰক উন্মোচন কৰা হয়। নগা সকলৰ যুদ্ধৰ নৃত্য, সুঁতা কটা নৃত্য সহ বহুকেইটা সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন হয়।