দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ

মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ-জাগুণ কথা চেমা গাঁৱৰ সংযোগী এখন পকী দলং নিৰ্মাণৰ দাবীত বুঢ়ীদিহিং নদীৰ পাৰত স্থানীয় ৰাইজ তথা ছাত্র মুক্তি সংগ্ৰাম সমিতি সদস্য সকলে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
মাৰ্ঘেৰিটাৰ সমষ্টিৰ অন্তৰ্গত জাগুণ কথা চেমা গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি দীৰ্ঘদিনীয়া সমস্যা হিচাপে নদী পাৰ হওঁতে যাতায়তৰ নামত যমৰ যন্ত্ৰণা ভুগি আহিছে। বাৰিষা আহিলেই নদীৰ বুকুত বহুতো দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বিপদসংকুলভাৱে এখন মাত্ৰ নাৱেৰে যান বাহন পাৰ কৰিব লগীয়া হোৱাত কথা চেমা গাঁৱৰ ৰাইজে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামি পৰাৰ লগতে পকী দলং নিৰ্মাণ নোহোৱা পৰ্যন্ত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

মাৰ্ঘেৰিটাৰ সমষ্টিৰ অন্তৰ্গত জাগুণ কথা চেমা গাঁৱৰ ৰাইজৰ বছৰ বছৰ ধৰি দীৰ্ঘদিনীয়া সমস্যা হিচাপে নদীৰ পাৰ হওঁতে যাতায়তৰ নামত যমৰ যন্ত্ৰণা ভুগি আহিছে। বাৰিষা আহিলেই নদীৰ বুকুত বহুতো দুৰ্ঘটনা সংগঠিত হোৱাৰ লগতে বিপদসংকুল ভাৱে এখন মাত্ৰ নাৱেৰে যান বাহন পাৰ কৰিব লগীয়া হোৱাত কথা চেমা গাঁৱৰ ৰাইজে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামি পৰাৰ লগতে পকী দলং নিৰ্মাণ নোহোৱা পৰ্যন্ত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

লগতে পঢ়ক ২০জুলাইৰ ভিতৰতে হ’ব মেট্ৰিক !৪ টা বিষয়ত হ’ব পৰীক্ষা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply