তেজপুৰঃ তেজপুৰৰ চকবজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

 অগ্নিকাণ্ডত ভস্মীভূত হয় ৩০০ তকৈ অধিক দোকান ৷  

বৈদ্যুতিক বিসংগতিৰ ফলতে অগ্নিকাণ্ডৰ সুত্ৰপাত হ’ল বুলি সন্দেহ কৰা হৈছে ৷

নিশা ১বাজি৩০ মিনিটত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়।

আৰু পঢ়কঃমুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা! আনুষ্ঠানিক ঘোষণাহে বাকী

বায়ুসেনা বাহিনী আৰু ওডালগুৰি জিলাৰ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ২০খন বাহনে গোটেই নিশা জুই নিৰ্বাপন কৰিবলৈ অশেষ চেষ্টা চলাই যদিও পুৱাহে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সা- সামগ্ৰী ভস্মীভূত হয় ৷

বায়ুসেনা বাহিনী আৰু ওডালগুৰি জিলাৰ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ২০ বাহনে পুৱা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply