নিউজ ডেস্কঃ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল। আৰক্ষী অধীক্ষকৰ লগতে বহু শীৰ্ষৰ বিষয়াৰ সলনি কৰা হৈছে কৰ্মস্থানৰ ঠিকনা।

গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰক বদলি কৰি গোলাঘাটৰ নতুন SP পুস্কিন জৈন নিয়োগ কৰা হৈছে।

শদিয়াৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান মৃণাল ডেকাক।

CID (Zonal-III)ৰ SP জয়শ্রী খেৰছাক বদলি কৰি প্রথম APTF বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি।

অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক শান্তনু শৰ্মা পাঠকক বদলি কৰি কাৰ্বি আংলঙৰ 23rd AP(IR) বেটলিয়নৰ কমাণ্ডেণ্টৰূপে নিযুক্তি।

23rd AP(IR) বেটলিয়নৰ কমাণ্ডেণ্ট ইমদাদ আলীক বদলি কৰাই গুৱাহাটীৰ DCP হিচাপে নিয়োগ।

গুৱাহাটীৰ ADCP কল্যাণ কুমাৰ পাঠকক বদলি কৰি কামৰূপ জিলাৰ ASP হিচাপে নিয়োগ।

কামৰূপৰ অতিঃ আৰক্ষী অধীক্ষক আছিফ আহমেদক বদলি কৰি গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ ADCP হিচাপে নিযুক্তি ।

উলুবাৰীৰ মুখ্য কাৰ্যালয়লৈ সহকাৰী IGP হিচাপে শুভাশিস বৰুৱাক বদলি।

গুৱাহাটীৰ মধ্য মণ্ডলৰ ADCP হিচাপে নন্দিনী কাকতিক বদলি।

লগতে পঢ়ক – অসম বাজেট ২০২৩-২৪ : বাজেটত আপুনি কি কি লাভ কৰিলে !

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply