নিউজ ডেস্কঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত পঢ়িবলৈ বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ভালখবৰ। MBBS শিক্ষা গ্ৰহণৰ বাবে ১০০ খন আসন বৃদ্ধি পালে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত।

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত মঙলবাৰে ৰাষ্ট্ৰীয় মেডিকেল আয়োগে ১০০ খন আসন বৃদ্ধি অনুমোদন প্ৰদান কৰে। এই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে অসমবাসীক অৱগত কৰে কৰে। লগতে তেওঁ মেডিকেল আয়োগক ধন্যবাদো জ্ঞাপনো কৰে।

উল্লেখযোগ্য যে, পূৰ্বৰ ১২০০ আসনৰ ঠাইত বৃদ্ধি পাই এতিয়া অসমত MBBS ৰ সৰ্বমুঠ আসন ১৩০০ লৈ বৃদ্ধি পালে।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply