গোগামুখঃ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ জাতীয় সংগঠন MBK প্ৰথম বাৰ্ষিক, TMPKৰ ১৬ সংখ্যক, MAK ১৫ সংখ্যক MDK প্ৰথম সংখ্যক, MMK ১১ সংখ্যক আৰু TMMK ৰ ১১ সংখ্যক অৱনৰি আঞ্চলিক সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনত বিশেষ প্ৰতিনিধি সভাখন ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়।

লগতে পঢ়কঃপুনৰ অগ্নিগৰ্ভা হ’ব নেকি ৰাভা হাছং

পুৱা কাৰ্যসূচী অনুসৰি চাফাই অনুষ্ঠান, পতাকা উত্তোলন, শ্বহীদ তৰ্পন অনুষ্ঠিত হয়।

প্ৰতিনিধি সভাত মিচিং সংগঠন সমূহ শক্তিশালী ৰূপত গঢ়ি মিচিং জনগোষ্ঠীটো কেনেকৈ উন্নতি সাধন কৰিব পাৰি সেই সন্দৰ্ভত বিশেষ আলোচনা কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,511 other subscribers

Leave a comment

Leave a Reply