গুৱাহাটীঃ মেঘদূত ভৱনত চুৰিকাণ্ড ৷

নিশা কাম কাম চলি থকাৰ পাছতো পাঁচ মহলালৈকে চোৰৰ চাফাই অভিযান ৷

বাহিৰত ছিকিউৰিটি আৰু ভিতৰত ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰী কাম কৰি থকাৰ পাছতো সংঘটিত হ’ল চুৰিকাণ্ড ৷

লগতে পঢ়কঃগুৱাহাটী ৰিফাইনেৰী হাস্পতালত যুৱতী পৰিচাৰিকাক শ্লীলতা হানি চেষ্টা চলোৱা চিকিৎসকক গ্ৰেপ্তাৰ

ঘটনাস্থলীত পাণবজাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

দেৱাল বগাই চুৰিকাণ্ড সংঘটিত কৰা সন্দেহ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply