মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত গঠন কৰি দিয়া কমিটীৰ
৩১ ডিচেম্বৰ ২০২০ চনৰ আগত ঋণ লোৱাসকলহে মুখ্যমন্ত্ৰীয়ে গঠন কৰা কমিটীৰ আওতালৈ আহিব
যাৰ পৰিয়ালৰ বছৰি উপাৰ্জন ১ লাখ টকাৰ ওপৰত তেওঁলোক এই কমিটীৰ আওতালৈ নাহে
টেক্সি, চাৰিচকীয়া বাহনৰ গৰাকী এই ৰেহাই আওতালৈ নাহে
উল্লেখ্য যে ৰাজ্যৰ ২৬ লাখ মহিলাৰ নামত আছে মাইক্ৰ ফাইনেন্সৰ ঋণ
ৰাজ্যৰ মহিলাসকলৰ মুঠ ১২ হাজাৰ ৫০০ কোটি টকা ঋণ আছে মাইক্ৰ’ ফাইনেন্সত
ৰিজাৰ্ভ বেংকৰ নিয়ম মতে ঋণ নিদিয়া সকলেও নাপাব ধন
এজন ব্যক্তিয়ে দুটাতকৈ অধিক কোম্পানীৰ পৰা কেনেকৈ এজন ব্যক্তিয়ে ঋণ পাইছে সিও তদন্ত হ’ব
৫২শতাংশ লোকে এটা কোম্পানীৰ পৰা ৬৫,০০১৬ টকাৰ ঋণ লোৱাৰ তথ্য