তেজপুৰঃবহু প্ৰতীক্ষাৰ অন্তত তেজপুৰ মিছন চাৰিআলিৰ উৰনীয়া সেঁতুৰ বৃহস্পতিবাৰে ভূমি পূজন কৰা হয় ৷

তেজপুৰৰ সাংসদ পল্লব লোচন দাসে আনুষ্ঠানিক ভাবে উৰনীয়া সেঁতুৰ ভূমি পূজন কৰি মুখ্যমন্ত্ৰীক বিশেষ ভাবে কৃতজ্ঞতা জনায়।

আৰু পঢ়কঃজামুগুৰিহাটতো উদ্বেগজনক ভাৱে কৰোনাত আক্ৰান্ত হৈছে শিশু

উল্লেখ্য যে ২১৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া সেঁতুখনৰ দৈৰ্ঘ্য় ৩.২ কিলোমিটাৰ ৷

উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কাৰ্য দুবছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply