মাজুলীঃ মাজুলী লখিমপুৰ সীমান্তৱৰ্তী বান বিধস্ত লুইত – খাবলু অঞ্চল পৰিদৰ্শন কৰিলে লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাই৷

বিধায়ক জনে বান পীড়িত বিভিন্ন অঞ্চল পৰিৰ্দশন কৰি ৰাইজৰ বান সমস্যাৰ বুজ লয় ৷

লগতে পঢ়কঃগোৰেশ্বৰত পথ দুৰ্ঘটনাঃএজনৰ অৱস্থা সংকটজনক

বানপানীৰ সময়ত কোনো বানপীড়িতই যাতে খাদ্য সংকটত নপৰে তাৰ বাবে চৰকাৰ খনে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি মন্তব্য কৰে বিধায়ক মানৱ ডেকাই ৷

অক্টোবৰ মাহৰ পৰা ঘূণাসুঁতিত নিৰ্মাণ হব পকী দলঙৰ কাম ৷ লক্ষীমপুৰ-যোৰহাট সংযোগী কে বি ৰোড টো পূৰ্ণাংগ ভাৱে চিন্তা কৰাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply