• লাহৰীঘাটৰ প্ৰাক্তন মন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিধায়ক ডাঃ নজৰুল ইছলাম আৰু নাই। 
  • আজি দিনৰ প্ৰায় ১২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ডাঃ নজৰুল ইছলামে।
  • উল্লেখ্য় যে, লাহৰীঘাটৰ ৫ বাৰকৈ বিধায়ক আছিল নজৰুল ইছলাম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply