শোণিতপুৰ : ক’ভিড মহামাৰীৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপিয়াকৈ পালনৰ কৰা হয় মহৰম। শোণিতপুৰত মহৰম উৎসৱ সম্পূৰ্ণৰূপে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰা হয়।

জিলাখনৰ মহৰম সমিটিৰ বিষয়ববীয়াৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া আৰু আৰক্ষী বিভাগৰ বিষয়া সকল উপস্থিত থাকি মহৰম উৎসৱ পালন কৰে।

লগতে পঢ়ক : মৰিগাঁৱৰ কপাহেৰাত ভুৱা জ্যোতিষী আটক

আৰক্ষী-প্ৰশাসনৰ সহযোগত জিলাখনত শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ সক্ষম হয় মহৰম উৎসৱ। আবেলি ৪-০০ বজাৰ পৰা ৬-০০ বজাৰ ভিতৰত নিজ নিজ এলেকাত শান্তি শৃংখলা অটুত ৰাখি মহৰম উৎসৱ পালন কৰে তেজপুৰত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply