যোৰহাটত পুনৰ জব্দ হ'ল লাখ লাখ টকা

যোৰহাট: যোৰহাটত নিৰ্বাচন বিধি উলংঘা কৰা অপৰাধত পুনৰ নগদ ধন জব্দ কৰিছে অভিযান কাৰী দলে |

জিলাখনৰ ৰাজবাৰীৰ চাহ গৱেষণা কেন্দ্ৰৰ সমীপৰ আৰক্ষী আৰু চি আৰ পি এফ ফ্লায়িংস্কোৱাড ৰ অভিযানত জব্দ কৰা হয় নগদ ৩ লাখ ৬৩ হাজাৰ ৭৯ টকা।


অতুল দাস নামৰ এজন লোকৰ এখন বাইকৰ পৰা জব্দ কৰে টকা খিনি |

কি কাৰণত কিয় এই বৃহৎ পৰিমাণৰ টকা খিনি কঢ়িয়াই আনিছিল সেয়া ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply