মৰাণঃ মৰাণৰ ঝলমত শোকাবহ পথ দুৰ্ঘটনা। বাইক-বলেৰ’ পিকআপৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী দিলীপ কুমাৰ।

চেপনৰ পৰা মৰাণ অভিমুখে আহি থকা এএছ০২বিচি৫২১০ নম্বৰৰ বলেৰ’ পিকআপ আৰু বিপৰীত দিশৰ পৰা আহি থকা এএছ০৬জি৩৯১২ নম্বৰৰ বাইকখনৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

লগতে পঢ়কঃকাজিৰঙাত দুটা দশকৰ ভিতৰত বছৰটোত চোৰাংচিকাৰীৰ হাতত গড়ৰ মৃত্যুৰ সংখ্যা সৰ্বনিম্ন

নিহত বাইক আৰোহী গৰাকী স্থানীয় এটা ৱৰ্কছপত ৱেলডাৰ হিচাপে কাম কৰি আছিল। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে বলেৰ’ খনৰ চালক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply