মৰাণঃ মৰাণৰ মৰাণহাট থানাৰ অন্তৰ্গত ৰাইদঙীয়া তিনিআলিত পথ দুৰ্ঘটনা। বাইক আৰু মাৰুতিৰ সংঘৰ্ষ।
দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত বাইক চালক ।
লগতে পঢ়কঃটীয়কত পথ দুৰ্ঘটনা; এজন নিহত, গুৰুতৰভাৱে আহত দুজন
আহত বাইক চালক গৰাকী মৰাণ থানাৰ অন্তৰ্গত দোমৰদলং চামগুৰিৰ প্ৰিয়তম তপ্ন ওৰফে পিন্তু বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত হোৱা বাইকখনৰ নম্বৰ এ এছ ০৪ ডব্লিউ ৫৪৭৩ আৰু মাৰুতি খনৰ নাম্বাৰ এ এছ ০৬ জি ১৯১১