মৰাণঃ এটা আজৱ গৰু পোৱালিয়ে কৌতূহল সৃষ্টি কৰিছে মৰাণ ফটিকাছোৱা অভয়পুৰ গাঁ‌ৱত।

তাঁতশালত চাৰিখনকৈ ধৰ্ম গ্ৰন্থ বৈ জনপ্ৰিয় হৈ পৰা মৰাণ ফটিকাছোৱাৰ হেমপ্ৰভা চুতীয়াৰ ঘৰত জন্ম হৈছে এই আজৱ গৰু পোৱালিটো।

দুদিনমানৰ পূৰ্বে জন্ম হোৱা এই গৰু পোৱালিটোৰ আছে ৬ খনকৈ ঠেং।

লগতে পঢ়কঃডবকা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন

পোৱালিটোৰ আগফালৰ প্ৰায় বিলাক অংগ ঠিকেই আছে যদিও পিছফালৰ নেগুৰ অংশটো সাধাৰণ গৰুতকৈ কিছু পৃথক।

গৰাকী হেমপ্ৰভা চুতীয়াই সম্পূৰ্ণ যতন লৈছে পোৱালিটোৰ। ইফালে এই আজৱ গৰু পোৱালিটো চাবলৈ মানুহ লানি পাতিছে গৰাকী হেমপ্ৰভা চুতীয়াৰ ঘৰলৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply