মৰাণঃ মৰাণৰ বটামৰাস্থিত ককৰাঁমৰাৰ পথাৰত মৃতদেহ উদ্ধাৰ।


মৃতদেহটো ককৰাঁমৰাৰ লাল গড় বুলি চিনাক্ত।

মাছ মাৰিবলৈ আহি মৃত্যুক আকোৱালি ল’লে লোকজনে।
লগতে পঢ়কঃভোগ-নৈবদ্য আগবঢ়াই নেদেখাজনৰ ওচৰত সেৱা লৈছে বনবিভাগে

অত্যাধিক মদ্যপান আৰু ঠাণ্ডাৰ কাৰণে মৃত্যু হোৱাৰ সন্দেহ।

ঘটনাস্থলীত মৰাণহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি জয়সাগৰ চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply