মৰাণত ভয়ংকৰ অগ্নিকাণ্ড।
মৰাণৰ খুমটাই চাহবাগিচাৰ ৰাজালাইনত সংঘটিত হয় অগ্নিকাণ্ড।
নুৰুদ্দিন আলিৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।
শ্বটচাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ।
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী আহি জুই নিৰ্বাপিত কৰে।
বহু লক্ষ টকাৰ সম্পত্তিৰ লগতে বহু ধান জুইত জাহ যায়।
মৰাণৰ খুমটাই চাহবাগিছাত অগ্নিকাণ্ড
খাদ্য ৰান্ধি থকাৰ সময়তে জুই লগাৰ সন্দেহ
