মৰাণ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণতো দেখা গৈছিল ৩১ ডিচেম্বৰৰ মাজ ৰাতি আৰক্ষীৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ অভিযান ।


অন কেমেৰাত সুৰাপায়ী বাইক আৰোহী পৰিল ৰাজপথত। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানা অন্তগত ৩৭ং ৰাষ্ট্ৰীয় ঘাইপথৰ ।

বহুতেই যদি শূন্য নাইবা ৩০ ৰ তলত আৰু কাৰোবাৰ আকৌ ডবল চেঞ্চুৰী ঘৰৰ ওপৰত।ধৰা পৰাৰ পিছত ভিন্ন জনৰ ন ন কৌশল মাজ ৰাতি যেন বাটৰ নাটক হে হ’ল মৰাণত।

নৱৰ্বষৰ দিনটো তিনিজন সুৰাপায়ী চালক আলহী হ’ল মৰাণহাট আৰক্ষী।আৰক্ষীৰ অত্যধিক তালাচীৰ বাবেই এই দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰে অঞ্চলটো।

লগতে পঢ়ক- কৃষি মন্ত্ৰীৰ গৃহসমষ্টিত পুতৌ লগা মৎস উৎপাদন; চৰকাৰী সদিচ্ছাৰ অভাৱত পৰিত্যক্ত হাজাৰ হাজাৰ বিঘাৰ জলাহ ভূমি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply