মৰিগাঁওঃ মৰিগাওঁ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২৫লাখ টকাৰ মূল্যৰ ড্ৰাগছ।
ছয়টাকৈ চাবোনৰ বাকচত ড্ৰাগছখিনি লৈ আহিছিল।
লগতে পঢ়কঃৰাজ্যত এইবাৰ খাদ্য সুৰক্ষা-আবাসস্থান বিচাৰি শ শ গৰু-ম’হৰ সমদল!
আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিছে।
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ইছলামউদ্দিন আৰু ছৰাফ আলী।