মৰিগাওঁঃ মৰিগাওঁ জিলাৰ কপাহেৰাৰ ভকতগাঁৱত ভুৱা জ্যোতিষী আটক।

ধৃত জ্যোতিষী জনৰ নাম হিমাংশু ভূঞা ওৰফে জ্যোতিষী জ্যোতিদ্বীপ।

যুৱকজনে দীৰ্ঘদিন ধৰি বিভিন্ন কৌশলেৰে নানা প্ৰলোভনেৰে বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল।

ফেচবুকতো Astrologer Jyotideep নামেৰে ভুৱা একাউন্ট খুলি বিভিন্ন ভুৱা বিজ্ঞাপন প্ৰচাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।

অৱশেষত ভুক্তভোগী ৰাইজৰ অভিযোগৰ ভিত্তিত মিকিৰভেটা আৰক্ষীয়ে কৰায়ত্ত কৰে ভুৱা জ্যোতিষী জনক।

লগতে পঢ়কঃবিজেপিৰ সৰ্বভাৰতীয় চক্ৰান্তৰ অংশ হিচাপেই কৌশলেৰে গুৰুত্ব হ্ৰাস কৰা হৈছে অসমীয়াৰ : অজাপ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply