সদ্যসমাপ্ত পৌৰ নিৰ্বাচনৰ সময়ত ভোটগ্ৰহন কেন্দ্ৰত গৈ উদ্ভত আচৰণ কৰা মৰিগাৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।
মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু হৈছে।
বিধায়কজনৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে
IPCৰ ৪৪৭/২৯৪(এ)/৩৫৩/৩৫২/৫০০/৫০৬/১৭১(এফ) ধাৰাত গোচৰ। বিধায়ক গৰাকীয়ে নিৰ্বাচন চলি থকা সময়ত কৰ্তব্যৰত আৰক্ষীক ধমক দিয়া ভিডিঅ’ প্ৰকাশ পাইছে।

মৰিগাঁৱৰ বিধায়কজনে আৰক্ষী অধীক্ষক, দণ্ডাধীশৰ ক্ষমতাক প্ৰত্যাহ্বান জনাই উদ্ভত আচৰণ কৰা দেখা গৈছে। ভোটগ্ৰহণ কেন্দ্ৰত বলপূৰ্বক ভাবে প্ৰবেশৰো চেষ্টা চলোৱাৰ অভিযোগ। মৰিগাৱৰ ৭ নং ৱাৰ্ডৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি কৰিছিল অনাহুত পৰিস্থিতিৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply