ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংস্থা ভি ভি এন এন্টাৰটেইন্টমেন্টৰ উদ্যোগত আয়োজিত মিচেছ ইণ্ডিয়া ৱৰ্ল্ড ২০২১ প্ৰতিযোগিতাত অসমৰ অনিষ্কা ফুকনে মিচ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ অৰ্জন কৰে। গুৱাহাটীৰ হলীচাইল্ড স্কুলৰ নবম শ্ৰেণীৰ ছাত্ৰী অনিষ্কা।

ভিভিএন এন্টাৰটেইনমেন্টৰ উদ্যোগত Mr India Word Wide 2021 খিতাপ লাভ কৰে প্ৰবাল বৰাই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ fashion showত অংশ লয় অসমৰ বহু কেইগৰাকী প্ৰতিযোগিৰ লগতে চল্লিশৰো অধিক প্ৰতিযোগী । এই প্ৰতিযোগিতাৰ অন্তত North-East ৰ ব্ৰেন্ড এম্বেছাডৰ হিচাবে নিৰ্বাচিত হয়।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংস্থা ভিভি এন এন্টাৰটেইনমেন্টৰ উদ্যোগত উত্তৰপ্ৰদেশৰ কানপুৰত অনুষ্ঠিত মিছেছ ইন্ডিয়া ৱ’ল্ড ২০২১ প্ৰতিযোগিতাত সফলতা কঢ়িয়াই আনিছে দুলীয়াজানৰ বোৱাৰী সুস্মিতা ফুকনে।
প্ৰতিযোগিতাত সুস্মিতাই Mrs lndia World Winner and Mrs Popular খিতাপ অৰ্জন কৰে।
এই প্ৰতিযোগিতাত সুস্মিতাই তাই আহোম জনগোষ্ঠীয় পৰম্পৰাগত সাজপাৰ পৰিধান কৰি Best Traditional qeeen of India খিতাপ লাভ কৰে।
এই খিতাপ অৰ্জন কৰি সুস্মিতাই শ্বান ই হিন্দুস্তানৰ ব্ৰেন্ড এম্বেছাডৰ, গ্লেমাৰ্ছ ফেচ অব ইউ পি এন্ড উত্তৰাখন্ডৰ ব্ৰেন্ড এম্বেছাডৰৰ লগতে অল এছিয়া মেকআপ প্ৰতিযোগিতাৰ ব্ৰেন্ড এম্বেছাডৰৰ সুযোগ লাভ কৰে।
সুস্মিতাই গুৱাহাটীত আয়োজিত নৰ্থ ইষ্ট পাৰ্ফেক্ট প্ৰতিযোগিতাত লাভ কৰা সফলতাৰ জৰিয়তে মিছেছ ইন্ডিয়া ৱ’ল্ড কেটেগৰীত অংশগ্ৰহনৰ সুযোগ লাভ কৰে।

লগতে পঢ়ক- হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ৮ জনকৈ লোক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply