গ্ৰেণেডসহ নগা যুবকক আটক

সোণাৰিত আজি গ্ৰেণেডসহ এজন নগা যুৱক আটক।

সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত আটক কৰিছে যুৱকজনক।

সেনাৰ টহলদাৰী গোটে আটক কৰে যুবকজনক ।

আটক কৰা যুবক জনৰ নাম ইয়াংকাপ কন্যাক ।

আটকাধীন যুৱকজনৰ ঘৰ নগালেণ্ডৰ মন জিলাৰ লাপা লংপুঙত।

লগতে পঢ়ক কোৰোনা পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজুলীত উপস্থিত

সম্প্ৰতি নামতোলা আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে নগা যুৱক জনক।
দীৰ্ঘদিন ধৰি সীমান্ত অঞ্চটোত নগালেন্ডৰ ফালৰ পৰা কুটাঘাট মূলক কাৰ্যকলাপ চলি আহিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply