সোণাৰিত আজি গ্ৰেণেডসহ এজন নগা যুৱক আটক।
সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত আটক কৰিছে যুৱকজনক।
সেনাৰ টহলদাৰী গোটে আটক কৰে যুবকজনক ।
আটক কৰা যুবক জনৰ নাম ইয়াংকাপ কন্যাক ।
আটকাধীন যুৱকজনৰ ঘৰ নগালেণ্ডৰ মন জিলাৰ লাপা লংপুঙত।
লগতে পঢ়ক কোৰোনা পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজুলীত উপস্থিত
সম্প্ৰতি নামতোলা আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে নগা যুৱক জনক।
দীৰ্ঘদিন ধৰি সীমান্ত অঞ্চটোত নগালেন্ডৰ ফালৰ পৰা কুটাঘাট মূলক কাৰ্যকলাপ চলি আহিছে ।