নগাঁওঃ নগাঁৱত ভয়ংকৰ দুৰ্ঘটনা। নিশা তহলদাৰী বৰঘাট আৰক্ষীৰ ব’লেৰো গাড়ীত খুন্দা তীব্ৰবেগী ট্ৰাকৰ।গুৱাহাটী অভিমুখী আছিল ট্ৰাকখন৷ নগাঁও বাইপাছৰ ঘাঁহীত সংঘটিত হৈছে এই ঘটনা।
দুৰ্ঘটনাটোত গুৰুত্বৰ ভাৱে আহত হয় ললিত দাস নামৰ আৰক্ষীগাড়ীখনৰ চালকজনৰ ৷
আহত চালকজন বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
নগাঁৱত আৰক্ষীৰ গাড়ীত খুন্দা তীব্ৰবেগী ট্ৰাকৰ
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আৰক্ষীগাড়ীখনৰ চালকৰ
