নগাঁওঃ নগাঁৱত উদণ্ড ট্ৰাক চালকৰ দৌৰাত্ম্য।
বৃহস্পতিবাৰে পুৱাই নগাঁৱৰ হয়বৰগাঁও ইছলামপট্টিত তীব্ৰবেগী ট্ৰাকে মহতিয়ালে তিনিবছৰীয়া এটি শিশুক।
দুৰ্ঘটনাত থিতাতে নিহত হয় শিশুটি।
নিহত শিশুটিৰ নাম আৰফাঁ চুলতানা।
আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ এ এছ ০১ ডিডি ৫৫৯৪।