নগাঁওঃ নগাঁৱত আৰক্ষীৰ জালত সুদখোৰ ইমৰাণ হুছেইন ওৰফে ইৰাণ।

নগাঁৱৰ খ্ৰীষ্টানপট্টিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ইৰাণক।

বহুলোকক সুদত ধন দি সৰ্বশ্ৰান্ত কৰাৰ অভিযোগ উত্থাপন ইৰাণৰ বিৰুদ্ধে।

লগতে পঢ়কঃসন্ধিয়া হোৱাৰ লগে লগেই অন্ধকাৰ হৈ পৰে গোৰেশ্বৰ চহৰ

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই মাজনিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে ইৰাণক।

নগাঁও চহৰত মাটিৰ দালালি কৰাৰো অভিযোগ আছে ইমৰাণ হুছেইন বিৰুদ্ধে।

আৰক্ষীয়ে ইৰাণৰ ঘৰৰ পৰা জব্দ কৰিছে বহু সম্পত্তিৰ নথি-পত্ৰ।

ইফালে পলাতক মৃদুপবন নেওগক উদ্ধাৰৰ সম্পৰ্কে আনন্দ মিশ্ৰাই কয় যে অতি সোনকালেই আৰক্ষীৰ জালত পৰিব মৃদুপবন নেওগ। কেৱল দুদিন মান অপেক্ষাৰ প্ৰয়োজন। ম’বাইল ট্ৰেকিঙত মৃদুপৱনৰ শেহতীয়া লোকেচন মধ্য়প্ৰদেশ বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply