নগাঁওঃ বিবাহৰ নামত চূড়ান্ত প্ৰতাৰণা। দেহ ব্যৱসায়ত পত্নীক জড়িত কৰোৱাৰ অভিযোগত নগাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজনক। আৰক্ষীয়ে আটক কৰা লোকজন হৈছে আব্দুল চালাম।

ইমানেই নহয় আব্দুল চালামে নিজৰ নাম সলনি কৰি কেইবাগৰাকীয়ো যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। আব্দুল চালাম, ৰিয়াজুল, সঞ্জীৱ আৰু বহুতো নামেৰে ভুৱা পৰিচয়েৰে বিয়া কৰাই পত্নীক নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰৱঞ্চকটোৰ বিৰুদ্ধে।

নিজৰ পত্নীক আন পুৰুষৰ ওচৰত গতাই দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন কৰি প্ৰতাৰণাৰ বলি হোৱা নগাঁৱৰ ৰাঙলুৰ এগৰাকী পত্নীয়ে প্ৰৱঞ্চক স্বামীক নগাঁও সদৰ আৰক্ষী থানাত গতাই দিয়াৰ লগতে দাখিল কৰিলে এজাহাৰ।অৱশেষত আৰক্ষীয়ে আটক কৰিছে প্ৰৱঞ্চক আব্দুল চালামক।

লগতে পঢ়কঃদলগাঁৱত গঁড়ৰ খড়্গসহ আটক দুজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply