নগাওঁঃ নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য। গঁড়ৰ খৰ্গ সহ আটক তিনি অপৰাধী।

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত মৰিগাঁৱত চলিছিল এই অভিযান।

আৰক্ষীয়ে আটক কৰে খাইৰুল ইছলাম, আছিক আলী আৰু ভজন বিশ্বাস।

লগতে পঢ়কঃযৌন নিৰ্যাতন চলোৱা NRL বিষয়াক নিলম্বন

জখলাবন্ধা আৰক্ষী থানাত ৰুজু হৈ থকা ১৬৬/২০১৮ নম্বৰ গোচৰৰ ভিত্তিত তিনি অপৰাধীক গ্ৰেপ্তাৰ।

খাইৰুল আৰু আছিক আলী গঁড় হত্যাৰ লগত জড়িত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply