কামপুৰঃ নগাঁৱৰ শৃঙ্গৰাপট্টিত বন বিভাগ আৰু আৰক্ষীৰ অভিযান।

কঠিয়াতলী আৰক্ষী আৰু বন বিভাগৰ এই অভিযানত জব্দ লক্ষাধিক টকাৰ মূল্যৰ চেগুণ আৰু শাল কাঠ।

তিনিখন ফাৰ্নিচাৰ দোকানত অবৈধ ভাবে মজুত কৰি ৰাখিছিল কাঠ খিনি ৷

লগতে পঢ়কঃপুনৰ আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানত জব্দ নিচাজাতীয় সামগ্ৰী

পূৰ্বেও বন বিভাগে উক্ত অঞ্চলটোৰ পৰা জব্দ কৰিছিল বহু মূল্যবান কাঠ ৷

দীৰ্ঘদিন ধৰি একাংশ অসাধু ব্যৱসায়ীয়ে পাহাৰৰ পৰা গছ কাটি অবৈধ ভাবে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলায় আহিছিল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply