নগাঁওঃ এটি মৰম লগা কণমাণি। শিশুটি জন্মৰ পৰায়ে আক্ৰান্ত দুৰাৰোগ্য ৰোগত।

নগাঁও চহৰৰ মাজমজিয়াৰ কুশল নগৰৰ মুকেশ শৰ্মা আৰু ৰেণু শৰ্মাৰ ৫ মহীয়া এই শিশুটিৰ চিকিৎসাৰ বাবেও নাই এতিয়া পৰ্যাপ্ত ধন।

শিশুটিৰ চিকিৎসাৰ বাবে পিতৃয়ে নিজৰ ব্যৱসায় প্ৰতিষ্ঠানো বিক্ৰী কৰিবলগীয়া হ’ল।

কণমানিটোৰ চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ আহ্বান জনাইছে।

আনহাতে যদি কোনো সু-হৃদয় লোকে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহলে

Ujjivan Small Finance Bank. Name: Mukesh Sharma. Account No: 3560110010051464,
IFSC Code: UJVN0003560, Branch: Haibargaon
ৰ যোগেদি কণমানিটোৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াব পাৰে।

লগতে পঢ়কঃনগাঁৱত গৰুৰ হাড় আৰু ম’হৰ শিং ভৰ্তি ট্ৰাক জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,787 other subscribers

Leave a comment

Leave a Reply