নগাঁওঃ এটি মৰম লগা কণমাণি। শিশুটি জন্মৰ পৰায়ে আক্ৰান্ত দুৰাৰোগ্য ৰোগত।
নগাঁও চহৰৰ মাজমজিয়াৰ কুশল নগৰৰ মুকেশ শৰ্মা আৰু ৰেণু শৰ্মাৰ ৫ মহীয়া এই শিশুটিৰ চিকিৎসাৰ বাবেও নাই এতিয়া পৰ্যাপ্ত ধন।
শিশুটিৰ চিকিৎসাৰ বাবে পিতৃয়ে নিজৰ ব্যৱসায় প্ৰতিষ্ঠানো বিক্ৰী কৰিবলগীয়া হ’ল।
কণমানিটোৰ চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ আহ্বান জনাইছে।
আনহাতে যদি কোনো সু-হৃদয় লোকে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহলে
Ujjivan Small Finance Bank. Name: Mukesh Sharma. Account No: 3560110010051464,
IFSC Code: UJVN0003560, Branch: Haibargaon ৰ যোগেদি কণমানিটোৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াব পাৰে।