প্ৰতিনিধিত্বমূলক ফটো

নগাঁওঃ ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ। নগাঁও জিলাৰ কচুৱা আৰক্ষীথানাৰ অন্তৰ্গত ৰজাগাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। বনৰীয়া হাতীৰ গচকত থিতাতে নিহত হ’ল আশুলতা মল্লিক নামৰ এগৰাকী মহিলাৰ। আনহাতে গুৰুত্বৰভাৱে আহত হৈছে এজন। আহতজন স্বপন মল্লিক বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত স্বপন মল্লিকক হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৈ ওলাই অহা বন্যহস্তীৰ দলটোৱে গাওঁবাসীৰ খেতি-পথাৰ তহিলং কৰি বাসগৃহৰো অনিষ্টসাধন কৰে।

লগতে পঢ়কঃপুনৰ মৃত্যুক সাবটিলে কাগজ কলৰ দুই কৰ্মচাৰীয়ে; মৃত্যুৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply