নগাঁওঃ নগাঁৱত পুনৰ জব্দ হৈছে হেৰ’ইন।
নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰঙ্গ পাটোৱাৰীয়ে নাৰমাৰীৰ পৰা জাকিৰ হুছেইন আৰু আস্মিনা খাতুনৰ বাসগৃহৰ পৰা প্ৰায় ১০ লাখ মূল্যৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়কঃসুদত ধন দি বহু জনক সৰ্বস্বান্ত কৰা ইমৰাণ আনন্দ মিশ্ৰ বাহিনীৰ জালত
আৰক্ষীয়ে জাকিৰ হুছেইন আৰু আষ্মীনা খাতুনক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
আটকাধীন জাকিৰ আৰু আস্মিনা ভাতৃ-ভগ্নী বুলি জানিব পৰা গৈছে।