নগাঁওঃ নগাঁৱৰ কন্দলীৰ আহুতলিত মৃত নৱজাতক হাতী পোৱালী উদ্ধাৰ৷

প্ৰসৱ হোৱাৰ পাছতেই হাতী পোৱালিটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ দল৷

উল্লেখ্য যে, নিশা সমগ্ৰ অঞ্চলজুৰি এটা ৫০জনীয়া বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাইছিল।

আহুতলি অঞ্চলৰ বিভিন্ন খেতি পথাৰ অনিষ্ট কৰি খেতি-পথাৰ তহিলং কৰে বন্যহস্তীৰ দলটোৱে৷

লগতে পঢ়কঃচাহ বাহিচাৰ দ খাৱৈত পৰি হাতীৰ পোৱালিৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply