নগাওঁঃ নগাঁৱৰ এটা পাহাৰত একেলগে ১৬টা হাতীৰ মৃত্যু। তপতজুৰি পাহাৰত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা।
বজ্ৰপাতৰ ফলতে হাতীকেইটাৰ মৃত্যু হোৱাৰ সন্দেহ ।
পাহৰটোৰ য’তে ত’তে উদ্ধাৰ হৈছে হাতীৰ মৃতদেহ।
এই পৰ্যন্ত ১৬টা মৃত হাতী উদ্ধাৰ হৈছে। পাহাৰটোত আৰু অধিক মৃত হাতী থকাৰ সন্দেহ।
আৰু পঢ়কঃ অপহৃত ONGCৰ বিষয়া ৰিতুল শইকীয়াৰ পত্নী মাতৃয়ে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক